सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বৰ উগ্র আৰু প্রবল
उदाहरणे : লংকা যুদ্ধৰ জৰিয়তে বান্দৰ সেনাই অদম্য সাহসৰ পৰিচয় দিলে
समानार्थी : অদমিত, অদম্য, দুর্দমনীয়, দুর্দম্য, দুর্দান্ত, ্ দুর্দম
अर्थ : যাক জয় কৰিব নোৱাৰি
उदाहरणे : মৃত্যু অপৰাজেয়
समानार्थी : অজেয়, অদমিত, অদম্য, অপৰাজিত, অপৰাজেয়, অপৰাভূত, দুষ্পৰাজেয়, দুৰাক্রম্য
स्थापित करा