अर्थ : যিটো দিয়া হোৱা নাই
उदाहरणे :
তেওঁ অদত্ত সম্পত্তিবোৰৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব বিচাৰে
अर्थ : যিটো চিৰদিনৰ কাৰণে স্থায়ীৰূপত দিয়া হৈছে আৰু যাক পৰিশোধ কৰিব নালাগে
उदाहरणे :
চৰকাৰে ভূমিহীন লোকসকলক অদত্ত ভূমি আবন্টিত কৰি আছে