पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অত্যধিক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অত্যধিক   ক্ৰিয়া বিশেষণ

अर्थ : বহুত বেছি

उदाहरणे : ৰোগীজন বিষত বহুত পীড়িত হৈ আছে

समानार्थी : অত্যন্ত, বহুত

অত্যধিক   বিশেষণ

अर्थ : প্রয়োজনতকৈ অধিক

उदाहरणे : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল

समानार्थी : ভীষণ, ভয়ংকৰ, ভয়ানক

अर्थ : বহুত বেছি

उदाहरणे : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

समानार्थी : প্রচুৰ, বিপুল, বিস্তৰ

अर्थ : যি পৰিমাণত বেছি

उदाहरणे : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

समानार्थी : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

अर्थ : অধিকৰো অধিক

उदाहरणे : অত্যধিক লোকে নিজৰ লʼৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াবলৈ লৈছে

चौपाल