पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অতীত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অতীত   বিশেষ্য

अर्थ : পাৰ হৈ যোৱা কাল বা সময়

उदाहरणे : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

समानार्थी : অতীত কাল, অতীতকাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

অতীত   বিশেষণ

अर्थ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

उदाहरणे : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

समानार्थी : অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

अर्थ : যিটো পাৰ হৈ গৈছে

उदाहरणे : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

समानार्थी : গত, পুৰণি, ভূত

चौपाल