पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অতিশয়োক্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অতিশয়োক্তি   বিশেষ্য

अर्थ : যি ্অর্থালংকাৰে কোনো বস্তুৰ অতিমাত্রা বর্ণ্্না কৰে

उदाहरणे : এই কবিতাত নায়িকাৰ ৰূপ বর্ণ্্নাত অতিশয়োক্তিৰ প্রয়োগ হৈছে

अर्थ : যি অলংকাৰত ভেদত অভেদ, অসম্বন্ধত সম্বন্ধ আদি দেখুৱাই কোনো বস্তুক বহুত বঢ়াই বর্ণ্্না কৰা হয়

उदाहरणे : আদিযুগৰ কবিসকলৰ ৰচনাবোৰ অতিশয়োক্তি অলংকাৰেৰে ভৰি আছে

समानार्थी : অতিশয়োক্তি অলংকাৰ

अर्थ : নিজৰ ফালৰ পৰা বহুত ধৰণে মিলাই কোৱা কথা

उदाहरणे : তেওঁৰ ্ভাষণ অতিশয়োক্তিৰে ভৰা

समानार्थी : অতিৰঞ্জন, অযুক্তি

चौपाल