सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
उदाहरणे : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
समानार्थी : ঔদৰিক, খকুৱা, পেটুৱা
अर्थ : অত্যধিক খাওঁ্তা
उदाहरणे : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে
समानार्थी : খঁকুৱা, খকুৱা, খাইকহ, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক
स्थापित करा