अर्थ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
उदाहरणे :
ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
समानार्थी : প্রাসাদ
अर्थ : যিটো ভৱন অতি ওখ
उदाहरणे :
তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
समानार्थी : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
अर्थ : যি ভৱনত ভালেমান মহল থাকে
उदाहरणे :
মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
समानार्थी : বহুমহলীয়া ভৱন