पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অজ্ঞানতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অজ্ঞানতা   বিশেষ্য

अर्थ : বিদ্যাৰ অভাৱ

उदाहरणे : আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে

समानार्थी : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা

अर्थ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক

उदाहरणे : অজ্ঞানতাই সকলো দুখৰ কাৰণ

अर्थ : জ্ঞান নোহোৱা অৱস্থা বা ভাব

उदाहरणे : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে

समानार्थी : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা

अर्थ : অবোধ হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়

समानार्थी : অবোধতা

चौपाल