सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো জ্ঞাত নহয়
उदाहरणे : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
समानार्थी : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজানা, অপৰিচিত, নজনা-নুশুনা
अर्थ : যিটো লুকুৱাই থোৱা হৈছে
उदाहरणे : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
समानार्थी : অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
स्थापित करा