सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি পৰিচিত নহয়
उदाहरणे : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
समानार्थी : অচিন, অচিনাকি, অজানা, অপৰিচিত
अर्थ : যিটো জ্ঞাত নহয়
उदाहरणे : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
समानार्थी : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
स्थापित करा