सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হাত বা ভৰিৰ কাষত থকা সকলোতকৈ মোটা আঙুলি
उदाहरणे : একলব্যই দ্রোণাচার্যক দক্ষিণা হিচাপে নিজৰ ্ সোঁহাতৰ বুঢ়া আঙুলি কাটি দিছিল
समानार्थी : অংগুষ্ঠ, বুঢ়া আঙুলি, বৃদ্ধাংগুলি, বৃদ্ধাংগুষ্ঠ
अर्थ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
उदाहरणे : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
समानार्थी : অঙ্গুল, অঙ্গুলি, আঙুল, আঙুলি, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
स्थापित करा