सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
उदाहरणे : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
समानार्थी : আগ, শিখা
अर्थ : যি আগফালৰ বা সন্মুখ ফালৰ
उदाहरणे : এই বাহনখনৰ অগ্রভাগ ভাঙিল
समानार्थी : অগ্রিম, আগমুৱা, আগলি, আগৰ, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
स्थापित करा