पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অগ্ন্যাশয় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অগ্ন্যাশয়   বিশেষ্য

अर्थ : পেটৰ ভিতৰৰ আমাশয়ৰ পিছফালে ওলমি থকা একধৰণৰ ডাঙৰ আৰু দীঘলীয়া আকাৰৰ গ্রন্থি বিশেষ

उदाहरणे : অগ্ন্যাশয়ৰ পৰা পাচক ৰসৰ নিঃসৰণ হয়

अर्थ : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়

उदाहरणे : অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে

समानार्थी : অগ্নাশয়, ক্লোম, পাচনগ্রন্থি

चौपाल