अर्थ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
उदाहरणे :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
अर्थ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
उदाहरणे :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
समानार्थी : নকটা
अर्थ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
उदाहरणे :
আপোনাৰ যুক্তি অকাট্য
समानार्थी : অকাট্য, অখণ্ডনীয়, পানী নসৰকা