सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই
उदाहरणे : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে
समानार्थी : অখণ্ডিত, অভঞ্জিত, খণ্ডহীন
अर्थ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
उदाहरणे : গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
समानार्थी : অনাহত, আহত নোহোৱা-, ক্ষতিহীন
स्थापित करा