सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন সফল হোৱা নাই
उदाहरणे : মই দৌৰ প্রতিযোগিতাত প্রথম স্থান পোৱাত বিফল ্হʼলোঁ
समानार्थी : অকৃতকার্য্য, অকৃতার্থ, অকৃতী, অসফল, নিষ্ফল, বিফল, ব্যর্থ
अर्थ : যিজন পৰীক্ষাত উত্তী্র্ণ ্হোৱা নাই
उदाहरणे : ৰোহনে পৰীক্ষাত ফেইল কৰিলে ৰোহন পৰীক্ষাত অনুত্তী্র্ণ হʼল
समानार्थी : অনুত্তী্র্ণ, অসফল, ফেইল
अर्थ : যি কোনো কর্ম ্বা কার্যত সফল হʼব পৰা নাই
उदाहरणे : অসফল ব্যক্তিজনক কাম কৰিবলৈ পুনৰ এটা সুযোগ দিয়া হওক
समानार्थी : অকৃতার্থ, অসফল
स्थापित करा