सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত শ্লীলতা নাই
उदाहरणे : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
समानार्थी : অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য, কুৎসিত
अर्थ : যিটো কথনীয় নহয়
उदाहरणे : মোৰ কিছুমান অনুভৱ অকথনীয়
समानार्थी : অকথনীয়, অনুচ্চাৰণীয়, অপ্রকাশ্য, অবক্তব্য, অবচনীয়, অবদ্য, অবাচ্য
स्थापित करा