सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
उदाहरणे : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
समानार्थी : অংকন কৰা, অঙ্কন কৰা
अर्थ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
उदाहरणे : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
समानार्थी : টনা
अर्थ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
उदाहरणे : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
समानार्थी : চিন লগোৱা, দাগ লগোৱা
स्थापित करा