अर्थ : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম
							उदाहरणे : 
							দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে
							
समानार्थी : প্রলুব্ধ কৰা
अर्थ : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা
							उदाहरणे : 
							সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে
							
समानार्थी : প্রলুব্ধ কৰা, প্রলোভিত কৰা