अर्थ : কাঠ, লোহা আদিৰে সজা দীঘলীয়া চাৰিখুটীয়া আসন
							उदाहरणे : 
							এই বেঞ্চখনত চাৰিজন মানুহ বহিব পাৰে
							
अर्थ : এজনতকৈ অধিক ব্যক্তি বহিব পৰা কাঠেৰে তৈয়াৰী নাতি-দীৰ্ঘ আসন
							उदाहरणे : 
							আলহী বৈঠকখানাত বেঞ্চিত বহি আছে
							
समानार्थी : বেঞ্চি