अर्थ : বুলগেৰিয়াৰ অধিবাসী
							उदाहरणे : 
							চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
							
अर्थ : বুলগেৰিয়াৰ লোকৰ ভাষা
							उदाहरणे : 
							সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
							
समानार्थी : বুলগেৰিয়া ভাষা
अर्थ : বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা
							उदाहरणे : 
							তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে