अर्थ : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
							उदाहरणे : 
							ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
							
समानार्थी : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
अर्थ : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
							उदाहरणे : 
							গাঁওলৈকে বানপানী বিস্তৃত হʼল
							
समानार्थी : প্রসাৰতি হোৱা