अर्थ : পাচলি হিচাপে খোৱা আৰু পকিলে ৰঙা-হালধীয়া হোৱা টেঙা সোৱাদৰ এবিধ মঙহাল ফল
							उदाहरणे : 
							মায়ে চাটনি বনাবলৈ বিলাহী কাটি আছে
							
अर्थ : এবিধ সৰু উদ্ভিদত লগা সৰুচানেকীয়া থোপোকা গুটীয়া ফল যাক আঞ্জা হিচাপে খোৱা হয়
							उदाहरणे : 
							তেখেতে ঘৰৰ পিছফালে বিলাহীৰ খেতি কৰিছে