अर्थ : কোনো বিষয়ত কোনো মতবিৰোধ হোৱাৰ কাৰণে বিৰোধ বা অসন্তোষ ভাব দেখুৱাৰ কাৰণে কৰা ত্যাগ
							उदाहरणे : 
							গান্ধীজীয়ে বিদেশী বস্তুৰ বহিষ্কাৰ কৰিছিল
							
समानार्थी : বহিষ্কৰণ
अर्थ : বাহিৰ কৰা বা উলিয়াই পঠোৱা ক্রিয়া
							उदाहरणे : 
							অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ কাৰণে সমাজৰ পৰা ৰামুক বহিষ্কাৰ কৰা হʼল