अर्थ : এঠাইৰ পৰা আহি অন্য কোনো ঠাইত নিযুক্ত হোৱা কার্য
							उदाहरणे : 
							যোৱা মাহৰ পৰাহে মোৰ কার্যালয় বদলি হʼল
							
समानार्थी : স্থানান্তৰিত হোৱা
अर्थ : এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ অনা কার্য
							उदाहरणे : 
							এই ঘটনাটোৰ পিছৰ পৰা তেওঁৰ জীৱনলৈ বহুত পৰি্ৱর্তন আহিল
							
समानार्थी : পৰি্ৱর্তন ্অহা