अर्थ : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
							उदाहरणे : 
							শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
							
अर्थ : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
							उदाहरणे : 
							কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
							
समानार्थी : বজ্রাঘাত