अर्थ : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
							उदाहरणे : 
							এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
							
समानार्थी : কৃষ্ণাংগ
अर्थ : যিজন বগা বা শ্বেত বর্ণৰ নহয়
							उदाहरणे : 
							ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
							
समानार्थी : কʼলা