अर्थ : যিয়ে কাৰোবাৰ অভিক্্র্তাৰ ৰূপত তেওঁৰ ্দ্বাৰা প্রস্তুত কৰা কোনো বস্তু গ্রাহকক বা খুচুৰা বেপাৰী আদিক দিয়ে
							उदाहरणे : 
							কাপোৰ মিলৰ মালিকক বিতৰকৰ আৱশ্যক হৈছে
							
अर्थ : বিতৰণ কৰা বা ভগাই দিয়া ব্যক্তি
							उदाहरणे : 
							চৰকাৰী দোকানৰ বিতৰকে চেনি কমকৈ জুখি আছিল