अर्थ : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
							उदाहरणे : 
							চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
							
समानार्थी : আন্দোলন
अर्थ : কোনো অপ্রিয় বা অনিষ্ট ঘটনাৰ কাৰণে মনত হোৱা বিকাৰ
							उदाहरणे : 
							বিক্ষোভ কেইবা প্রকাৰৰো হয়