अर्थ : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
							उदाहरणे : 
							কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
							
समानार्थी : আটোমটোকাৰি, চিজিল
अर्थ : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
							उदाहरणे : 
							তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
							
समानार्थी : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত