अर्थ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
							उदाहरणे : 
							তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
							
अर्थ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
							उदाहरणे : 
							তেওঁ বংশগত ্ৰোগত ভুগিছে
							
समानार्थी : আনুবংশিক, বংশগত, বংশানুক্রমিক
अर्थ : পিতা সম্বন্ধীয়
							उदाहरणे : 
							আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ