अर्थ : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
							उदाहरणे : 
							অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
							
अर्थ : প্রথমৰ পৰাই কৰা হোৱা অনুমান
							उदाहरणे : 
							এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল