अर्थ : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
							उदाहरणे : 
							তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
							
समानार्थी : নির্মূল্্কাৰী
अर्थ : যিয়ে প্রশমিত বা শান্ত কৰে
							उदाहरणे : 
							এইটো অগ্নি প্রশামিত যন্ত্র
							
समानार्थी : প্রশামক, শাম কাটোতা
अर्थ : নিবাৰণ কৰা
							उदाहरणे : 
							মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
							
समानार्थी : ৰোধক