अर्थ : দোকান পৰিচালনা কৰা কাম
							उदाहरणे : 
							মোহনে দোকানী কাম কৰি ভাল টকা উপার্জন কৰে
							
समानार्थी : দোকানদাৰী
अर्थ : যিয়ে কোনো বস্তু আদি বিক্রী কৰে
							उदाहरणे : 
							তেওঁ খুচুৰা বস্তুৰ বিক্রেতা
							
समानार्थी : বিক্রী কৰোঁতা, বিক্রেতা, বেচোঁতা