पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰোগী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰোগী   বিশেষ্য

अर्थ : যিজনৰ কোনো ৰোগ হৈছে

उदाहरणे : চিকিৎসাৰ অভাৱত গাঁৱৰ বেছি ভাগ ৰোগীয়েই মৃত্যুমুখত পৰে

समानार्थी : অসুখীয়া, বেমাৰী

ৰোগী   বিশেষণ

अर्थ : যিজন কোনো ৰোগত পীড়িত হৈছে:পিছ পৰা অঞ্চলৰ অধিকাংশ ৰোগীয়েই ঔষধৰ অভাৱত মৃত্যু মুখত পৰে

उदाहरणे :

समानार्थी : অপুষ্ট, নেৰীয়া, বেমাৰী, ব্যাধিগ্রস্ত, ৰুগীয়া, ৰুগ্ন, ৰোগক্লিষ্ট, ৰোগগ্রস্ত, ৰোগাবিষ্ট, ৰোগার্ত

चौपाल