सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সৰু কণা বিশেষ
उदाहरणे : মোৰ চকুত বালিৰ কণা সোমাইছে
समानार्थी : কণ, কণা, কণিকা
अर्थ : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
उदाहरणे : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
समानार्थी : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
अर्थ : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
उदाहरणे : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
स्थापित करा