अर्थ : কৌশলগত ঢঙেৰে
उदाहरणे :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
समानार्थी : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
अर्थ : পৰম্পৰা পালন কৰি
उदाहरणे :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
समानार्थी : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি