सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
उदाहरणे : মোৰ ৰাশি কন্যা
अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
उदाहरणे : এক কোটি বহুত ডাঙৰ সংখ্যা
समानार्थी : অংক, অঙ্ক, সংখ্যা
अर्थ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
उदाहरणे : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
समानार्थी : গোট, দʼম, সমষ্টি, সমূহ
स्थापित करा