पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰাজ্য शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰাজ্য   বিশেষ্য

अर्थ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

उदाहरणे : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

समानार्थी : প্রদেশ

अर्थ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

उदाहरणे : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

अर्थ : কোনো প্রদেশত বসবাস কৰা লোক

उदाहरणे : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

समानार्थी : প্রদেশ, প্রান্ত

अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

उदाहरणे : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

समानार्थी : দেশ, প্রদেশ, প্রান্তৰ

अर्थ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

उदाहरणे : চাৰিওফালে মিছাৰ ৰাজ্য

समानार्थी : দেশ, সাম্রাজ্য, স্থলী

अर्थ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

उदाहरणे : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

समानार्थी : প্রদেশ

चौपाल