सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ৰসেৰে ভৰপূৰ
उदाहरणे : আম এবিধ ৰসাল ফল
समानार्थी : সৰস, ্ৰসালী, ৰসগর্ভ, ৰসপূর্ণ, ৰসময়, ৰসাত্মক
अर्थ : যি ৰুচিৰে ভৰপূৰ
उदाहरणे : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
समानार्थी : ভাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
अर्थ : যʼত ৰস আছে
उदाहरणे : পুৰীৰ লগত ৰসযুক্ত চ্্ব্জি খাই ভাল লাগে
समानार्थी : ৰসযুক্ত
स्थापित करा