सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত ৰস নাই
उदाहरणे : শুকান ফল নিৰস
समानार्थी : নিৰস, শুকান
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरणे : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
समानार्थी : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন
अर्थ : যি ৰসিক নহয়
उदाहरणे : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই
समानार्थी : নিৰস, বেৰসিক
स्थापित करा