पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰজস্বলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰজস্বলা   বিশেষ্য

अर्थ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়

उदाहरणे : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে

समानार्थी : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী

अर्थ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি

उदाहरणे : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে

समानार्थी : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ

ৰজস্বলা   বিশেষণ

अर्थ : যাৰ ৰজ প্রবাহিত হৈ আছে

उदाहरणे : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে

समानार्थी : ঋতুমতী, ৰজৱতী

चौपाल