पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰক্ষক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰক্ষক   বিশেষ্য

अर्थ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে

उदाहरणे : দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে

समानार्थी : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া

अर्थ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে

उदाहरणे : আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে

समानार्थी : উদ্ধাৰকাৰী, ত্রাণকর্তা

ৰক্ষক   বিশেষণ

अर्थ : ৰক্ষা কৰোঁতা

उदाहरणे : মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল

समानार्थी : দেহৰক্ষী, ৰক্ষাকর্তা

चौपाल