अर्थ : ৰং লগোৱা
उदाहरणे :
মজদুৰে দেৱালত ৰং কৰি আছে
अर्थ : চিত্র আদিত ৰং দিয়া কার্য
उदाहरणे :
আমটোৰ সেউজীয়া ৰং কৰা
अर्थ : * ৰঙেৰে ৰঙীন কৰা
उदाहरणे :
ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া
समानार्थी : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন