पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰং शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰং   বিশেষ্য

अर्थ : যি পদার্থৰে কোনো বস্তু ৰঙীণ কৰা হয়

उदाहरणे : এই শাৰীখনত ৰঙা ৰং দিয়া হৈছে

समानार्थी : বৰণ, ৰঙ

अर्थ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

उदाहरणे :

समानार्थी : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ

अर्थ : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ

उदाहरणे : চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে

समानार्थी : পেইণ্ট

अर्थ : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত

उदाहरणे : তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে

समानार्थी : ট্রাম্প

अर्थ : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ

उदाहरणे : তেওঁ ্বগা বৰণৰ

समानार्थी : বৰণ

ৰং   বিশেষণ

अर्थ : বর্ণ ্বা ৰং সম্বন্ধীয়

उदाहरणे : সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল

समानार्थी : বৰণ

चौपाल