अर्थ : যাৰ আত্ম জ্ঞান আছে
उदाहरणे :
ডাঙৰ ডাঙৰ আত্মজ্ঞানীয়েও ঈশ্বৰৰ দর্শনৰ ্কাৰণে লালায়িত হয়
समानार्थी : আত্মজ্ঞানী, আত্মদ্রষ্টা, যোগী
अर्थ : যি নিজকে নিজে নিৰীক্ষণ কৰে
उदाहरणे :
আত্মনিৰীক্ষক ব্যক্তিয়ে আত্মবিশ্লেষণৰ দ্বাৰা নিজৰ দোষ-ত্রুটি দূৰ কৰিব পাৰে
समानार्थी : অন্তর্দর্শী, আত্মনিৰীক্ষক