अर्थ : অপকাৰ কৰোতা ব্যক্তি
उदाहरणे :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
समानार्थी : অনিষ্টকাৰী, অপকাৰী
अर्थ : অনর্থ ্বা ধ্বংস কৰোঁতা
उदाहरणे :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
समानार्थी : ধ্বংসকাৰী, প্রলংয়কাৰী