सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
उदाहरणे : মেজত থোৱা কিতাপখন কʼত হেৰাল
समानार्थी : উৰা
अर्थ : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
उदाहरणे : মোৰ চাবিপাত হেৰাল
अर्थ : দেখা নোপোৱা
उदाहरणे : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
समानार्थी : হেৰাই যোৱা
अर्थ : যিটো হেৰাইছে
उदाहरणे : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
समानार्थी : নিৰুদ্দেশ
स्थापित करा