अर्थ : কাৰোবাৰ হিত বা ভাল বিচৰা ব্যক্তি
उदाहरणे :
শুভাকাংশীৰ কাৰণেই তেওঁ ্বৰবাদ হোৱাৰ পৰা বাচিল
समानार्थी : শুভাকাংশী
अर्थ : হিত বা ভাল হোৱাটো বিচৰা
उदाहरणे :
বর্ত্্মান সময়ত ভাগ্যৰ বলতহে হিতৈষীলোক পোৱা যায়
समानार्थी : কল্যাণকামী, শুভাকাংক্ষী, শুভাকাঙ্খী শুভচিন্তক