पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील হিতকাৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

হিতকাৰী   বিশেষণ

अर्थ : যʼত লাভ হয় বা যিয়ে লাভ দিয়ে

उदाहरणे : চৰকাৰে চলোৱা সকলোবোৰ কৃষি ্সম্পর্কীয় ্আঁচনি কৃষকৰ কাৰণে লাভজনক

समानार्थी : লাভজনক, লাভদায়ক

अर्थ : কল্যাণ কৰোতা

उदाहरणे : সাধুজনৰ উপদেশ কল্যাণকাৰী

समानार्थी : কল্যাণকাৰী, কল্যাণপ্রদ, কল্যাণময়, মংগলকাৰক, মংগলকাৰী, মংগলজনক, মংগলদায়ক, মংগলপ্রদ, মংগলময়, মঙ্গলকাৰী, হিতকাৰক, হিতকৰ

चौपाल